The Definitive Guide to Assamese synonyms

Wiki Article

কালিমা, কৃষ্ণবৰ্ণ, তিমিৰবৰ্ণ, ধূম্ৰবৰ্ণ৷

   অসমীয়া সমাৰ্থক শব্দ/ প্ৰতি‍শব্দসমূহৰ সংগ্ৰহ তলত দিয়া হৈছে‍৷ আপুনি চাব বিচৰা শব্দটোৰ প্ৰথম আখৰটো (শব্দটো যিটো আখৰেৰে‍ আৰম্ভ হৈছে, সেইটো আখৰ) তলৰ তালিকাখনৰ পৰা নিৰ্বাচন কৰি সহজে আপুনি বিচৰা শব্দটো উলিয়াব পাৰিব৷

অনন্ত, অন্তবিহীন, অন্তহীন, অনাদি, অনাদ্য, অনাদ্যন্ত, অপৰিসীম, অশেষ, নিৰৱধি, নিঃসীম, সীমাহীন৷

অধ্যয়নকাৰী, অধ্যায়ী, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

আমঠু, কলডিল, ৰক্তাশয়, হিয়া, হিয়াজালী, হৃদযন্ত্ৰ, হৃদয়, হৃৎপিণ্ড৷

অভ্ৰভেদী, আকাশলংঘা, গগনচুম্বী, গগনস্পৰ্শী, পীনোন্নত৷

অনুকল্প, অন্য, অপৰ, আছুতীয়া, আন, দোচোৰা, পৰ, বিকল্প, বেলেগ, ব্যত্যস্ত, ভিন, ভিন্ন, সুকীয়া৷

অকৃতকাৰ্যতা, অকৃতকৃত্যতা, অকৃতাৰ্থতা, অচৰিতাৰ্থতা, অসফলতা, অসাফল্য, অসিদ্ধি, নিষ্ফলতা, বিফলতা, ব্যৰ্থতা৷

আভা, আভাস, আলোক, উদ্দীপ্তি, উদ্ভাস, কিৰণ, কৰ, গভস্তি, ছটা, জ্যোতি, দীপ্তি, দ্যুতি, ধৃষ্ণি, প্রদ্যোত, প্ৰদীপ্তি, প্ৰভা, বিদ্যোত, বিভা, বিভাসা, ভা, ভাতি, ভান, ভাম, ভাস, মৰীচি, ৰশ্মি, ৰুচি, ৰোচিঃ৷

ইন্দ্ৰাৰি, ত্ৰিদশাৰি, দনুজ, দানৱ, দীতিসুত, দেৱদ্বেষী, দেৱশত্ৰু, দেৱান্তক, দেৱাৰি, দৈতেয়, দৈত্য, নৈৰ্ঋত, সুৰবৈৰী, সুৰৰিপু, সুৰাৰি

অনতিক্ৰমণীয়, অনতিক্ৰম্য, অলংঘ্য, দুস্তৰ, দুৰ্লংঘ্য৷

আদি, আদ্যবীজ, উঁহ, উৎপত্তিমূল, কাৰণ, নিদান, পুং, প্রভৱ, মূল, সৃষ্টিমূল৷

অস্থিৰ, উতনুৱা, চঞ্চল, চপল, চলৌপাতী, মন পাতল৷

অবৈধ প্রণয়িনী, Assamese synonyms অসতী, ইত্বৰী, উপস্ত্ৰী, কুলটা, দ্বিচাৰিণী, নষ্টা, নাগৰী, ব্যভিচাৰিণী, ভ্ৰষ্টা, ৰক্ষিতা, স্বৈৰিণী৷

Report this wiki page